Friday 19 August 2011

স্বীকাৰোক্তি







সম্প্রতি তোমাৰ মিঠা হাঁহিটোৱে
হৃদয়ত বঢ়ায় যন্ত্রণা দুগুণ

কোনেও নজনাকৈ তোমাৰ হাঁহিটোৱে
বকুলৈ নমাই আনে বিষ-বৰষু্ণ

No comments:

Post a Comment