Friday 19 August 2011

সপোন






জীৱনটোৱে যেতিয়া কবিতা হয়
সপোনবোৰ সপোন হৈ নাথাকে

কাঙ্খিত সপোনৰ পুৱা
বুকুলৈ মাজলৈ বয় 
উদিত সূৰুযৰ পোহৰ
হেঁপাহৰ ৰূপালী লহৰ

সপোনবোৰ অবিহনে
জীৱনটো হৈ ৰয় উদাস
পোৱা-নোপোৱাৰ দোমোজাত
চুই চাও ৰিক্ত হাত ।

No comments:

Post a Comment