Friday 19 August 2011

তোমালৈ






বিষাদৰ দোপালপিটা বৰষুণ
নামি আহিলেও
মোৰ জীৱনলৈ
চিৰশাশ্বত হৈ ৰব 
তোমাৰ হেঙুলী্যা স্মৃতি 
হৃদয়ৰ তমসাচ্ছন্ন প্রান্তত

1 comment:

  1. TUMALOI Khon suti kintu aabegok bowdhik rakhere hojai tola nivaj christi

    ReplyDelete