Friday 19 August 2011

হৃদয়






বজাৰত ফালি থোৱা তৰমুজৰ দৰে
ফালি থোৱা আছে মোৰ হৃদয়
কেতিয়াবা প্রয়োজন হ'লে
আপুনিও নিব পাৰে এচকল
আপোনাৰ মানসিক তৃপ্তিৰ বাবে
অনুভৱৰ কেনভাচত আঁকিব পাৰিব
ৰোমাঞ্চিত মুহূৰ্তৰ স্কেচ
বিনিময়ত-
(নাইবেছি নালাগে)
অশ্রুসিক্ত কেইটামান ৰাতি !

No comments:

Post a Comment