হৃদয়
"চিৰ চেনেহী মোৰ ভাষা জননী"
Friday, 19 August 2011
ব'হাগ
তোমাৰ প্রতিটো হাঁহিত
নামি আহে সেউজীয়া বৰষুণ
তোমাৰ দেহৰ কোঁহে কোঁহে
দূৰন্ত যৌৱনৰ দপ্ দপনি
তোমাৰ উর্বৰা সুকোমল বক্ষত
সিঁচি দিয়া হয় প্রেমৰ গুটি ।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment