Friday 19 August 2011

তুমি হয়তো নাজানা





তুমি হয়তো নাজানা
কিয় তো্মাক দেখিলে
ভাল লাগি যায় মোৰ

তোমাৰ বাবেই যে সাঁচিছো
মোৰ সেউজীয়া হৃদয়ত 
বাদামী ৰঙৰ ভালপোৱাবোৰ ।

No comments:

Post a Comment