Friday 19 August 2011

অনুভৱৰ পংক্তি






নির্জনতাত ভাঁহি আহে লেখহীন ভাব
অলেখ অনুভূতি হৃদয়ৰ

বুকু জুৰি থাকে বৈ
শব্দৰ এখনি নিৰৱধি নৈ

সৃষ্টিৰ কামনাত সেউজীয়া ভাবনাত
জন্ম হয় এটি প্রত্যাশিত কবিতাৰ ।

No comments:

Post a Comment